জিলা |
ব্লাড বেংকৰ নাম |
---|---|
বঙাইগাঁও |
বি.আৰ.পি.এল. চিকিৎসালয় ব্লাড বেংক (SDLBB1804000419289) |
নামনি অসম চিকিৎসালয় ব্লাড বেংক (SDLBB1804000419290) |
|
কাছাৰ |
বৰাক ব্লাড বেংক (SDLBB1821000019281) |
ৰেড ক্রছ শিশু চিকিৎসালয় (SDLBB1821000019282) |
|
ডিব্রুগড় |
আদিত্য ডায়`গন`ষ্টিক চিকিৎসালয় ব্লাড বেংক(SDLBB1815000305522) |
বি.ভি.এফ.চি লিমিটেড চিকিৎসালয় ব্লাড বেংক |
|
ড. দামানিজ নার্ছিংহোম ব্লাড বেংক(SDLBB1815000319283) |
|
মাৰোৱাৰী আৰোগ্য ভবন চিকিৎসালয় ব্লাড বেংক |
|
অইল ইণ্ডিয়া লিঃ চিকিৎসালয়, ব্লাড বেংক (SDLBB1815000319284) |
|
শ্রীমন্ত শংকৰদেৱ চিকিৎসালয় আৰু গৱেষণা কেন্দ্র (SDLBB1815000313125) |
|
টাটা টি ৰেফাৰেল চিকিৎসালয় ব্লাড বেংক |
|
গোৱালপাৰা |
চ'লাচ চিকিৎসালয় গৱেষণা কেন্দ্ৰ প্ৰাইভেট লিমিটেড (P) Ltd. (SDLBB1803000206396) |
গোলাঘাট |
এন.আৰ.এল. চিকিৎসালয় ব্লাড বেংক(SDLBB1818000105523) |
যোৰহাট |
৫, এয়াৰ ফৰ্চ চিকিৎসালয় |
অপৰাজিতা ব্লাড বেংক |
|
লায়নচ্ ক্লাব ব্লাড বেংক (SDLBB1817000314305) |
|
কামৰূপ |
১৫১ বেচ্ হাস্পিতেল ব্লাড বেংক |
অসম গুজৰাট স্বেচ্ছাসেৱী ব্লাড বেংক গৱেষণা কেন্দ্ৰ (SDLBB1806000013537) |
|
কেন্দ্ৰীয় চিকিৎসালয় ব্লাড বেংক(SDLBB1806000013533) |
|
দিছপুৰ ব্লাড বেংক (SDLBB1806000013543) |
|
ডাউন টাউন চিকিৎসালয় (পি) লিমিটেড ব্লাড বেংক (SDLBB1806000013538) |
|
গংগা ব্লাড বেংক (SDLBB1806000013540) |
|
গুৱাহাটী স্নায়ৱিক গৱেষণা কেন্দ্ৰ ব্লাড বেংক (SDLBB1806000013534) |
|
হায়াৎ হস্পিতাল ব্লাড বেংক (SDLBB1806000320721) |
|
ইণ্টাৰনেশ্বনেল হস্পিতেল ব্লাড বেংক (SDLBB1806000020715) |
|
মাৰোৱাৰী চিকিৎসালয় গৱেষণা কেন্দ্ৰ (SDLBB1806000006394) |
|
ৰহমান চিকিৎসালয় (পি) লিমিটেড ব্লাড বেংক(SDLBB1806000320719) |
|
চহৰীয়াচ পেথ'লেৱ গুৱাহাটী (SDLBB1806000005521) |
|
চাত্ৰিবাৰী খ্ৰীষ্টিয়ান হস্পিতেল ব্লাড বেংক |
|
সুৰক্ষা ব্লাড বেংক (SDLBB1806000006398) |
|
কামৰূপ (গ্ৰাম্য) |
জি.এন.আৰ.চি. আই.এম.চি. হস্পিতেল ব্লাড বেংক (SDLBB1824000600005) BCSU |
নাৰায়না হৃদালয় (পি) লিমিটেড ব্লাড বেংক(SDLBB1824000600015) |
|
সঞ্জীবনী চিকিৎসালয় ব্লাড বেংক(SDLBB1824000600018) |
|
নগাওঁ |
বিভাগীয় ৰেলৱে চিকিৎসালয়, লামডিং |
হাজী আব্দুল মজিদ মোমোৰিয়েল হস্পিতাল(SDLBB1810000413542) |
|
উত্তৰ-পূৱ ব্লাড বেংক আৰু গৱেষণা কেন্দ্ৰ (SDLBB1810000420716) |
নতুন কৈ উৎপত্তি হোৱা ক'ৰোণা ভাইৰাছ বা ক'ভিড ১৯ হৈছে এবিধ সংক্ৰমিত ৰোগ। ক'ৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত অধিকাংশ লোকে মৃদু বা মধ্যমীয়া ধৰণে স্বাস-প্ৰস্বাসজনিত অসুবিধাৰ সন্মুখীন হ'য় যদিও কোনোধৰণৰ বিশেষ চিকিৎসাৰ অবিহনেই সুস্থ হৈ উঠে। কিন্তু বয়সস্থ বা দীৰ্ঘদিন ধৰি ভূগি থকা হৃদ ৰোগ, মধুমেহ, পুৰণি স্বাস প্ৰস্বাসজনিত ৰোগ বা কৰ্কট আদি অন্তৰ্নিহিত বেমাৰ থকা লোকসকলৰ পক্ষে এই ভাইৰাছ বিধৰ সংক্ৰমণৰ আশংকা তুলনামূলকভাবে বেছি।
ক'ভিড-১৯ ভাইৰাছ বিধৰ বিষয়ে ভালদৰে জ্ঞাত হোৱাৰ লগতে ই কেনেধৰণৰ বেমাৰৰ কাৰক হ'ব পাৰে লগতে কেনেদৰে মানুহৰ দেহত বিয়পে এই সন্দৰ্ভত নিজৰ লগতে আনকো অৱগত আৰু সজাগ কৰি তোলাই হৈছে সংক্ৰমণ প্ৰতিৰোধ তথা লেহমীয়া কৰাৰ সৰ্বোত্তম উপায়। সঘনাই চাবোনেৰে হাত ধোৱা, এলক'হ'ল যুক্ত ছেণীটাইজাৰ ব্যৱহাৰ, চকু, নাক, মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থকা, মাস্ক পৰিধান আৰু দূৰত্ব বজাই ৰখা ইত্যাদিবোৰ সতৰ্কতা অৱলম্বন কৰি নিজৰ লগতে আনকো ক'ৰোণো ভাইৰাছৰ সংক্ৰমণৰ পৰা দূৰত ৰাখিব পৰা যায়।