ব্যৱস্থাপনা অনুবন্ধৰ আধাৰত প্ৰচলিত অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা প্ৰাপ্ত ল'জ/ৰেষ্টোৰা/পথৰ দাঁতিৰ সুবিধালব্ধ কেন্দ্ৰ/ উদ্যানত সা-সুবিধাসমূহ উপলব্ধ।
প্ৰশান্তি পৰ্যটক লজ
গোলাঘাট,
দূৰভাষ- ০৩৭৭৪-২৮০৭৩০
ডাউন টাউন হ'লিদে ৰিজৰ্ট
চামগুৰি, নগাঁও
দূৰভাষ- ০৩৭২২-২৯০০৭/২৩৩১০০৩
আগৰাতলী পৰ্যটক ৰিজৰ্ট
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,
দূৰভাষ: ৯৪৩৫১-৯৬৩৭৭
জুপুৰি ঘৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান,
দূৰভাষ: +৯১-৯৪৩৫১৯৬৩৭৭/০৩৭৭৬-২৯৪২১৪
প্ৰশান্তি পৰ্যটক ল'জ
নলবাৰী,
দূৰভাষ: ০৫৬২৪-২২০৯৭৩
প্ৰশান্তি যাত্ৰী নিবাস আৰু ৰেষ্টোৰা
নৱগ্ৰহ, গুৱাহাটী,
দূৰভাষ: ৯৪৬৪০ ৮৩৫৭৯
শুক্ৰেশ্বৰ ঘাট উদ্যান
গুৱাহাটী,
দূৰভাষ: ৯৪৩৫১ ০০৫৮০
বীৰ লাচিত উদ্যান
জালুকবাৰী, গুৱাহাটী,
দূৰভাষ: ৯৯৫৭৮ ৩৭৮৯৪
শান্তি উদ্যান আৰু ৰেষ্টোৰা
দীঘলীপুখুৰী, গুৱাহাটী
দূৰভাষ: ৯৯৫৪০ ৭৮২৬৫
যাত্ৰী নিবাস আৰু ৰেষ্টোৰা
হাজো
যাত্ৰী নিবাস, মদন কামদেৱ
কামৰূপ
সাই ৰাধিকা শান্তি উদ্যান
উজানবজাৰ, গুৱাহাটী
দূৰভাষ: ৯৮৫৪১ ৩৯৪৮৮
প্ৰশান্তি ইকো পৰ্যটন লজ
মাজুলী, যোৰাবাট
দূৰভাষ: ৯৪৩৫৭ ৩৪১৩৮
গুৰুত্বপূৰ্ণ লিংক:
অধিক জানিবলৈ ইয়াত ক্লিক কৰক
গুৰুত্বপূৰ্ণ লিংক?
ৰেড ৰিভাৰ টউৰ্ছ এণ্ড ট্ৰেভেলছ(অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ এটা সংস্থা)
দ্বিতীয় মহলা, এ.কে. আজাদ ৰোড
ৰিহাবাৰী, নেপালী মন্দিৰৰ কাষত
পল্টন বজাৰ, গুৱাহাটী-৭৮১০০৮
ই-মেইল: : redrivertravels@gmail.com,
দূৰভাষ :(০৩৬১)২৭৩৮০০৫ / ০৬,
দূৰভাষ: +৯১ ৭৮৯৬০, ৭৮৯৬০ ৩৫৩২২, ৭৮৯৬০ ৬০৭২২
নতুন কৈ উৎপত্তি হোৱা ক'ৰোণা ভাইৰাছ বা ক'ভিড ১৯ হৈছে এবিধ সংক্ৰমিত ৰোগ। ক'ৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত অধিকাংশ লোকে মৃদু বা মধ্যমীয়া ধৰণে স্বাস-প্ৰস্বাসজনিত অসুবিধাৰ সন্মুখীন হ'য় যদিও কোনোধৰণৰ বিশেষ চিকিৎসাৰ অবিহনেই সুস্থ হৈ উঠে। কিন্তু বয়সস্থ বা দীৰ্ঘদিন ধৰি ভূগি থকা হৃদ ৰোগ, মধুমেহ, পুৰণি স্বাস প্ৰস্বাসজনিত ৰোগ বা কৰ্কট আদি অন্তৰ্নিহিত বেমাৰ থকা লোকসকলৰ পক্ষে এই ভাইৰাছ বিধৰ সংক্ৰমণৰ আশংকা তুলনামূলকভাবে বেছি।
ক'ভিড-১৯ ভাইৰাছ বিধৰ বিষয়ে ভালদৰে জ্ঞাত হোৱাৰ লগতে ই কেনেধৰণৰ বেমাৰৰ কাৰক হ'ব পাৰে লগতে কেনেদৰে মানুহৰ দেহত বিয়পে এই সন্দৰ্ভত নিজৰ লগতে আনকো অৱগত আৰু সজাগ কৰি তোলাই হৈছে সংক্ৰমণ প্ৰতিৰোধ তথা লেহমীয়া কৰাৰ সৰ্বোত্তম উপায়। সঘনাই চাবোনেৰে হাত ধোৱা, এলক'হ'ল যুক্ত ছেণীটাইজাৰ ব্যৱহাৰ, চকু, নাক, মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থকা, মাস্ক পৰিধান আৰু দূৰত্ব বজাই ৰখা ইত্যাদিবোৰ সতৰ্কতা অৱলম্বন কৰি নিজৰ লগতে আনকো ক'ৰোণো ভাইৰাছৰ সংক্ৰমণৰ পৰা দূৰত ৰাখিব পৰা যায়।