অসমত অৱস্থিত সকলোবোৰ কৰ্কট চিকিৎসালয়, প্ৰতিষ্ঠান আৰু কৰ্কট কেন্দ্ৰৰ তালিকা তলত উল্লেখ কৰা হ'ল-:
২০০ খন বিছনা যুক্ত গুৱাহাটী মেডিকেল কলেজ হস্পিতাল
বিৰুবাৰী, গুৱাহাটী, অসম ৭৮১০০৭
ডক্টৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান
(চিকিৎসা আৰু গবেষণাৰ বাবে আঞ্চলিক প্ৰতিষ্ঠান)
গোপীনাথ নগৰ, গুৱাহাটী
অসম - ৭৮১০১৬
দূৰভাষ: ০৩৬১-২৪৭২৩৬৬, ২৪৭২৬৩৬, ২৪৭২৩৬৪
উত্তৰ-পূব কেঞ্চাৰ হস্পিতাল
যোৰাবাট, গুৱাহাটী
অসম - ৭৮১০২৩
দূৰভাষ: ০৯৪৩৫০ ৪৪০৭৬
কাছাৰ কৰ্কট চিকিৎসালয় প্ৰতিষ্ঠান
এন.এছ. মাৰ্গ, শিলচৰ
অসম - ৭৮৮০০৫
দূৰভাষ: +৯১ (০৩৮৪২) ২৩১৯০১
কাছাৰ কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ
মেহেৰপুৰ, শিলচৰ
অসম - ৭৮৮০১৫
দূৰভাষ: +৯১ (০৩৮৪২) ২২৪৭৯৫/২৪০৬০৮
নামনি অসম চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ
উত্তৰ বঙাইগাঁও, চাপাগুৰি পথ
উত্তৰ বঙাইগাঁও- ৭৮৩৩৮০
দূৰভাষ: (০৩৬৬৪)২৩০৪৬৪/২৩০৪৬৫
জে.জে. মেমৰিয়েল চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ
লোকপ্ৰিয় গোপীনাথ বৰদলৈ মাৰ্গ
ডিব্ৰুগড়, অসম - ৭৮৬০০৫
দূৰভাষ: (০৩৭৩) ৩০২৪৭০,৩০০১৪৭
সৃষ্টি চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ
পল্টন বজাৰ, জালান নগৰ
ডিব্ৰুগড়, অসম - ৭৮৬০০৫
দূৰভাষ: (০৩৭৩)২৩০১৩০০, ৩০০০২৪
ফ্লোৰেন্স হস্পিতাল
পঞ্চৰত্ন পথ
গোৱালপাৰা- ৭৮৩১০১
অসম
দূৰভাষ: ০৩৬৬৩- ২৪২০৮৪
আদলাব ডায়গ্নোষ্টিক আৰু গৱেষণা কেন্দ্ৰ
এম.চি ৰোড চেইন্ট মেৰিজ স্কুলৰ বিপৰীত দিশত
গুৱাহাটী-৭৮১০০৩
জিলা - কামৰূপ, অসম
দূৰভাষ: ০৩৬১-২৬৬৪৮০১/২৬৬৪৮৯৫
আৰ্য হস্পিতাল
এ.এম. ৰোড, অপ্সৰা ছবিগৃহৰ বিপৰীত দিশত
ৰিহাবাৰী, গুৱাহাটী - ৭৮১০০৮
জিলা - কামৰূপ, অসম
দূৰভাষ: ০৩৬১-২৬০৬৬৫/২৬০৬৮৮৮
চিকিৎসা বিজ্ঞান আৰু গৱেষণা কেন্দ্ৰ ধৰণীধৰ মেমৰিয়েল প্ৰতিষ্ঠান
২ নং মাৰ্ঘেৰিটা, বি.জি. তিনিআলি
জু নাৰেঙ্গী ৰোড , গুৱাহাটী - ৭৮১০২০
জিলা - কামৰূপ, অসম
দূৰভাষ: ০৩৬১-২৬৫৬৯৫৭/২৬৫৬৫৪৬
গুৱাহাটী স্নায়ু গৱেষণা কেন্দ্ৰ লিমিটেড
দিছপুৰ ছুপাৰ মাৰ্কেটৰ ওচৰত
গুৱাহাটী - ৭৮১০০৬
জিলা - কামৰূপ, অসম
দূৰভাষ: ০৩৬১- ২২২৭৭০/২২২৭৭০১
নতুন কৈ উৎপত্তি হোৱা ক'ৰোণা ভাইৰাছ বা ক'ভিড ১৯ হৈছে এবিধ সংক্ৰমিত ৰোগ। ক'ৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত অধিকাংশ লোকে মৃদু বা মধ্যমীয়া ধৰণে স্বাস-প্ৰস্বাসজনিত অসুবিধাৰ সন্মুখীন হ'য় যদিও কোনোধৰণৰ বিশেষ চিকিৎসাৰ অবিহনেই সুস্থ হৈ উঠে। কিন্তু বয়সস্থ বা দীৰ্ঘদিন ধৰি ভূগি থকা হৃদ ৰোগ, মধুমেহ, পুৰণি স্বাস প্ৰস্বাসজনিত ৰোগ বা কৰ্কট আদি অন্তৰ্নিহিত বেমাৰ থকা লোকসকলৰ পক্ষে এই ভাইৰাছ বিধৰ সংক্ৰমণৰ আশংকা তুলনামূলকভাবে বেছি।
ক'ভিড-১৯ ভাইৰাছ বিধৰ বিষয়ে ভালদৰে জ্ঞাত হোৱাৰ লগতে ই কেনেধৰণৰ বেমাৰৰ কাৰক হ'ব পাৰে লগতে কেনেদৰে মানুহৰ দেহত বিয়পে এই সন্দৰ্ভত নিজৰ লগতে আনকো অৱগত আৰু সজাগ কৰি তোলাই হৈছে সংক্ৰমণ প্ৰতিৰোধ তথা লেহমীয়া কৰাৰ সৰ্বোত্তম উপায়। সঘনাই চাবোনেৰে হাত ধোৱা, এলক'হ'ল যুক্ত ছেণীটাইজাৰ ব্যৱহাৰ, চকু, নাক, মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থকা, মাস্ক পৰিধান আৰু দূৰত্ব বজাই ৰখা ইত্যাদিবোৰ সতৰ্কতা অৱলম্বন কৰি নিজৰ লগতে আনকো ক'ৰোণো ভাইৰাছৰ সংক্ৰমণৰ পৰা দূৰত ৰাখিব পৰা যায়।