অসমৰ ঔদ্যগিক পাৰ্কসমূহৰ বিষয়ে তলত উল্লেখ কৰা হ'ল:
১. প্লাস্তিক পাৰ্ক:
ৰসায়ন আৰু উৰ্ব্বৰা মন্ত্ৰণালয়, ভাৰত চৰকাৰৰ অধীনস্ত ৰসায়ন আৰু পেট্ৰোকেমিকেলচ বিভাগ
২. মেগা ফুড পাৰ্ক:
খাদ্য সংসাধন উদ্যোগ মন্ত্ৰণালয়ৰ অন্তৰ্গত নাথকুচি এম.ও.এফ.পি.আই. আঁচনি
৩. বাঁহ প্ৰযুক্তি উদ্যান :
আই.আই.ইউ.এছ আঁচনি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
৪. মৰাপাট উদ্যান:
বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত বিভিন্ন ক্ষেত্ৰৰ বাবে মৰাপাট উদ্যানৰ মৰাপাট প্ৰযুক্তি অভিযান আঁচনি
৫. চাহ উদ্যান :
চৌধুৰীপাৰা, ছয়গাঁও, কামৰূপ (গ্ৰাম্য)
গুৰুত্বপূৰ্ণ লিংক:
অসমত ব্যৱসায় কৰাটো সহজসাধ্য কৰাৰ উদ্দেশ্য হʼল ৰাজ্যখনত উপলব্ধ আৰু সাম্ভাব্য ব্যৱসায়ীক গোষ্ঠী সমূহৰ সৰ্বোত্তম সমৰ্থন কৰিবলৈ এখন মঞ্চ তৈয়াৰ কৰা আৰু সকলোৰে বাবে ৰাজ্যৰ সমৃদ্ধিৰ দৃষ্টিভংগী আগবঢ়োৱাৰ ক্ষেত্ৰত, নিয়োগ প্ৰযুক্তি, উদ্ভাৱন, অভিযোজন আৰু বহনক্ষম আদিয়েই হৈছে উন্নয়নৰ মুখ্য কাৰণ।
অসমত ব্যৱসায় কৰা সহজসাধ্যতাই অধিক ফলপ্ৰসূ নিয়মাৱলীৰ লগত অৰ্থনীতিক ফেৰ মাৰিবলৈ উৎসাহ যোগায়, ই ঘৰুৱা সৰু আৰু মধ্যমীয়া আকাৰৰ কোম্পানীসমূহ চোৱাচিতা কৰে আৰু এইবিলাকৰ বাবে প্ৰয়োগ হোৱা সম্পূৰ্ণ জীৱনকালৰ নিয়মাৱলীৰ ওপৰত ক্ৰিয়াকলাপ কৰে। ৰাজ্যখনত স্ব-উদ্যোগ বৃদ্ধি কৰিবলৈ বা পথ প্ৰদৰ্শন আৰু সহায় কৰিবলৈ অসম চৰকাৰৰ সহযোগিতা প্রতীয়মান।