পৰিষদৰ নাম |
ঠিকনা |
---|---|
অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ |
আৰ.কে মিশ্যন ৰোড, উলুবাৰী, গুৱাহাটী অসম-৭৮১০০৭, দূৰভাষ- ০৭৮৬০ ১১৮০১ |
প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসম |
আঞ্চলিক কাৰ্যালয়- মিলনগুৰ, পশ্চিম জ্যোতিনগৰ, বামুনীমৈদাম, গুৱাহাটী, অসম-৭৮১০০৪ দূৰভাষ- ০৩৬১ ২৫৫০২৫৮ |
অসম নগৰ পানী যোগান আৰু নৰ্দ্দমা পৰিষদ |
অম্বিকাগিৰি নগৰ, গুৱাহাটী, অসম-৭৮১০০৫ |
অসম ৱাকফ বোৰ্ড |
নতবমা ৰোড,দৰগাহ পথ, শিজুবাৰী মাজাৰৰ সমীপত, গুৱাহাটী, অসম-৭৮১০৩৮ দূৰভাষ- ০৩৬১ ২২৩৫২৮৫ |
অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ |
আৰ.জি বৰুৱা ৰোড, ৰাজধানী নাৰ্চাৰী শ্রীনগৰ, গুৱাহাটী, অসম-৭৮১০০৬ দূৰভাষ- ০৩৬১ ২২০১৬৩৬ |
অসম খাদী আৰু গ্ৰামোদ্যোগ পৰিষদ |
মণিৰাম দেৱান ৰোড, চান্দমাৰী,গুৱাহাটী, অসম-৭৮১০০৩ |
ৰবৰ বোৰ্ড |
আঞ্চলিক কাৰ্যালয়- হাউচফেদ চৌহদ, প্ৰথম মহলা, দ্বিতীয় কেন্দ্ৰীয় ব্লক, বেলতলা- বশিষ্ঠ পথ, দিছপুৰ, গুৱাহাটী,অসম-৭৮১০০৬ দূৰভাষ- ০৩৬১ ২২০৪১৬ |
অসম মাধ্যমিক শিক্ষা পৰিষদ |
ভূৱন ভূঞা পথ, ৰে'লৱে ক'লনি বামুনীমৈদাম, গুৱাহাটী, অসম-৭৮১০২১ দূৰভাষ- ০৩৬১ ২৫৫০৭২৫ |
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ |
মহাপুৰুষ দামোদৰ দেৱ পথ, পল্টন বজাৰ গুৱাহাটী, অসম-৭৮১০০১ দূৰভাষ- ০৩৬১ ২৭৩১১৬১ |
অসম সংখ্যালঘূ উন্নয়ন পৰিষদ |
গণেশগুৰি, গুৱাহাটী, অসম-৭৮১০০৬ |
ৰেলৱে নিযুক্তি বোৰ্ড |
ষ্টেশ্যন ৰোড, পানবজাৰ, গুৱাহাটী, অসম-৭৮১০০১ দূৰভাষ- ০৩৬১ ২৫৪০৮১৫ |
অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ |
ভূৱন ভূঞা পথ, অনুৰাধা, ৰেলৱে ক'লনি বামুনীমৈদাম, গুৱাহাটী, অসম-৭৮১০২১ দূৰভাষ- ০৩৬১ ২৫৫১৫৬৫ |
অসম ৰাজ্যিক জৈৱবৈচিত্ৰ্যতা পৰিষদ |
অৰণ্য ভৱন, দ্বিতীয় মহলা, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমীপত, পানবজাৰ, গুৱাহাটী, অসম-৭৮১০৩৭ দূৰভাষ- ০৩৬১ ২৩৩২২৭৮ |
কয়ৰ বোৰ্ড |
উপ আঞ্চলিক কাৰ্যালয়: আৱাস সংখ্যা: ১, ভূমি মহলা, ৰত্নাগিৰি পথ ৯৮, মণিৰাম দেৱান পথ, বামুনীমৈদাম, গুৱাহাটী, অসম-৭৮১০২১ দূৰভাষ- ০৩৬১ ২৫৫৬৮২৮ |
অসম ৰাজ্যিক সমাজ কল্যাণ পৰিষদ |
বেলতলা, বশিষ্ঠ ৰোড, লক্ষী মন্দিৰ বাছ আস্থান, সৌৰভ নগৰ, বেলতলা, গুৱাহাটী, অসম-৭৮১০২৮ দূৰভাষ- ৭৮৯৬৪৭৪২৩ |
ভাৰতীয় চাহ বোৰ্ড |
গণপতি ভৱন, বেলতলা, বশিষ্ঠ ৰোড, ৱায়াৰলেছ, দিছপুৰ, গুৱাহাটী, অসম-৭৮১০২৮ দূৰভাষ- ০৩৬১ ২২৩৪২৫৩ |
অসম বিধানসভা ভৱন, বিধায়ক আবাস আৰু ৰাজ্যিক আপাতকালীন সঞ্চালন কেন্দ্ৰৰে সৈতে অসম সচিবালয় ভৱন ৰাজধানী চহৰ দিছপুৰত অৱস্থিত। ২৫ জানুৱাৰী ২০১৭ তাৰিখে ৰাজ্য চৰকাৰে প্ৰদান কৰা অধিসূচনা অনুসৰি অসম সচিবালয় চৌহদৰ নাম জনতা ভৱনলৈ ৰূপান্তৰিত হয়। অসম চৰকাৰৰ অন্তৰ্গত সকলো বিভাগ, অসম সচিবালয় চৌহদৰ ভিতৰত অছে।