•  
  • Flag
  • অসম চৰকাৰ
  • Skip to Main Content Button মুখ্য বিষয়বস্তুলৈ আগবাঢ়ক
  • Screen Reader Button Image
    • Click for Accessibility Features Image
      A A+ A-
  • A A
  • View Sitemap Image
    • Click for change color scheme
  • English
  • অসমীয়া
অসম ৰাজ্যিক প'ৰ্টেল
  • মূখ্যপৃষ্ঠা
  • সবিশেষ

    Government Menu Image

    ঐতিহাসিক ৰংঘৰ

    • অসমৰ বিষয়ে

    • ৰাজ্যিক সংগীত
    • ৰাজ্যিক চিহ্ন
    • অসমৰ ইতিহাস
    • অসমৰ সংস্কৃতি
    • অসম পৰ্যটন
    • যাতায়াত ব্যৱস্থা
    • যোগাযোগৰ ঠিকনা
    • আমাৰ পাৰ্শ্বচিত্ৰ

    • অসম: এক দৃষ্টিপাত
    • অসম বিধানসভা
    • জিলা
    • পৰিবেশ
    • জৈৱ-বৈচিত্ৰ্য
    • ৰাষ্ট্ৰীয় উদ্যান
    • বন্যপ্ৰাণী অভয়াৰণ্য
    • গন্তব্যস্থান

    • মেলা আৰু উৎসৱ
    • নদী দ্বীপ
    • সংগ্ৰহালয় আৰু বীথিকা
    • নৌকাবিহাৰ
    • বিজ্ঞান আৰু জ্যোতিৰ্বিদ্যা
    • মঠ-মন্দিৰ
  • চৰকাৰ

    Government Menu Image

    অসম সচিবালয়

    • বিশেষ অধিকাৰী

    • ৰাজ্যপাল
    • মুখ্যমন্ত্ৰী
    • অধ্যক্ষ
    • উপাধক্ষ্য
    • সচিবসকল
    • উপায়ুক্ত
    • বিধান মণ্ডল

    • অসম বিধানসভা
    • ৰাজ্যসভাৰ সদস্য
    • লোকসভাৰ সদস্য
    • অসম বিধানসভাৰ সদস্য
    • ১৯৩৭ পৰা অসম বিধানসভা
    • শাখা

    • পৰিষদ
    • নিগম
    • আয়োগ
    • স্বায়ত্বশাসিত পৰিষদ
    • বিভাগ
  • নাগৰিক

    Government Menu Image

    জন আন্দোলন

    • স্বাস্থ্য আৰু কল্যাণ

    • বেটী বচাও, বেটী পঢ়াও
    • কৰ্কট চিকিৎসালয়
    • অনজ্ঞাপ্ৰাপ্ত ব্লাড বেংক
    • ব্যক্তিগত ব্লাড বেংক
    • নিবাস

    • এ.টি.ডি.চিৰ সম্পদসমূহ
    • ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত
    • বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত
    • পৰ্যটক ল'জ
    • পথৰ দাঁতিৰ সুবিধাসমূহ
    • অসমলৈ

    • অসম ৰাজ্যিক পৰিবহণ নিগম
    • গন্তব্যস্থান
    • ক্ৰী়ড়া আৰু বিনোদন

    • খেল আৰু প্ৰতিযোগিতা
    • উদ্যান আৰু আমোদ-প্ৰমোদ
    • ক্ৰী়ড়াক্ষেত্ৰসমূহ
    • ক্ৰয় কৰিবলগীয়া সামগ্ৰী

    • অসম চিল্ক
    • অসমৰ চাহ
    • অসমীয়া গহণা
    • বাঁহ-বেত
    • তাঁত আৰু কাৰুশিল্প
  • ব্যৱসায়

    Government Menu Image

    ব্যৱসায় কৰাৰ সহজসাধ্যতা

    • সম্ভাৱনাপূৰ্ণ শাখা

    • বাঁহ
    • খাদ্য সংসাধন
    • বনৌষধ
    • উদ্যানবিদ্যা
    • সুবিধাসমূহ

    • স্বাচ্ছন্দ্য ব্যৱসায়সমূহ
    • বৈদ্যুতিন উৎপাদন
    • ঔদ্যোগিক শিল্প
    • অসমত কৰিবলগীয়া বিনিয়োগ
    • বাণিজ্যিক আন্ত:গাঁথনি
    • ব্যৱসায়ৰ আৰম্ভনি

    • এক্ট ইষ্ট নীতি
    • অসম ষ্টাৰ্ট-আপ নীতি
    • সম্ভাব্য বিনিয়োগ
    • বিনিয়োগযোগ্য প্ৰকল্প
    • ৰাজ্যিক নীতিসমূহ
  • মূখ্য পৃষ্ঠা
  • ব্যৱসায়
  • ৰাজ্যিক নীতিসমূহ

ৰাজ্যিক নীতিসমূহ

অসম চৰকাৰৰ বিভিন্ন ধৰণৰ পলিচি বা নীতি আছে যিবোৰ তলত দাঙি ধৰা হʼল:

চেচ ইউটিলাইজেচন পলিচি:

ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নতি আৰু কল্যানৰ বাবে “ডি চেচ ইউটিলাইজেচন(এমেণ্ডমেন্ট) পলিচি,২০১৫” অসম চৰকাৰে ৩০ মে ২০১৫ চনত ঘোষনা কৰে। এই পলিচিখন ১ জুন ২০১৫ ৰ পৰা ৰাজ্যচৰকাৰে ঘোষনা নকৰালৈ বাহাল থাকিব। এই আচঁনিখন কাৰ্য্যকৰী কৰিবলৈ, কেঁচা চাহপাত কিনা ফেক্টৰী(বিএলএফ) আৰু এষ্টেট ফেক্টৰীয়ে প্ৰতি কেজি কেঁচা চাহপাতৰ বিপৰীতে ২৫ পইচা চেচ আদায় দিব লাগিব ।

চেচ হʼল এক ধৰণৰ টেক্স বা কৰ যি অসম টেক্সেচন(অন স্পেচিফাইড লেণ্ড) এক্ট ১৯৯০ আৰু তাৰ পিছত এমেণ্ডমেন্ট অʼন স্পেচিফাইড লেণ্ড আণ্ডাৰ কাল্টিভেচন বাই স্মল টি গ্ৰʼৱাৰচ] এইদৰে সংগ্ৰহ কৰা পূঁজী ক্ষুদ্ৰ আৰু মধ্যমীয়া চাহ খেতিয়কৰ উন্নতিৰ হʼকে ব্যৱহাৰ কৰা হʼব, অশৃংখলাবদ্ধ ক্ষেত্ৰ্ৰ্ৰ্ৰ্ৰ চাহ শ্ৰমিকৰ কল্যাণৰ হʼকে ব্যৱহাৰ কৰা হʼব যাতে ইয়াৰ দ্বাৰা চাহৰ মানদণ্ড উন্নত কৰিব পাৰি। এইদৰে সংগ্ৰহ কৰা চেচদ্বাৰা অসম চৰকাৰৰ পূঁজি শক্তিশালী কৰা হʼব আৰু ৰাজ্যিক পৰ্য্যায়ৰ চচাইটিক দিয়া হʼব, যি পলিচিখনৰ অন্তৰ্গত বনোৱা হʼব, যাতে চেচ ইউটিলাইজেচন পলিচিৰ বিভিন্ন স্কীম বা আচঁনি কাৰ্য্যকৰী কৰিব পৰা যায়।

অধিক তথ্যৰ বাবে, চেচ ইউটিলাইজেচন পলিচিত  ক্লিক কৰক

ইণ্ডাষ্ট্ৰীয়েল এণ্ড ইনভেষ্টমেন্ট পলিচি:

অসম চৰকাৰে ঘোষনা কৰা ডি ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেন্ট পলিচি অফ আসাম,২০১৪ত অসমত বিয়োগকাৰীসকলৰ বা উদগনিৰ ব্যৱস্থা কৰা হৈছে। এই পলিচিখন ১/৩/২০১৪ৰ পৰা পাঁচ বছৰ কাল বাহাল থাকিব আৰু সকলো নতুন গোট আৰু ইতিমধ্যে বৰ্তী থকা গোট যাৰ যথেষ্ট সম্প্ৰসাৰণ, আধুনিকীকৰণ আৰু ভিন্ন প্ৰকাৰ বা বৈচিত্ৰপূৰ্ণ কৰা হৈছে এই সকলোবোৰে এই পলিচি খনৰ অধীনত উদগনি লাভ কৰিব পাৰিব।

এই পলিচিখনৰ অন্তৰ্গত উদগনিৰ মূখ্য কথা সমূহ:

  • ষ্টেট কেপিটেল ইনভেষ্টমেন্ট চাবচিডি ক্ষুদ্ৰ উদ্যোগৰ বাবে
  • কৰ বা টেক্স ৰেহাই যʼত মূল্য সংযোজন কৰ অন্তৰ্ভূক্ত
  • প্রবেশ কৰ ৰেহাই,
  • লাগজাৰী টেক্স ৰেহাই.
  • কোৱালিটি চাৰ্টিফিকেচন/ টেকনিকেল বা কাৰিগৰী জ্ঞানৰ ক্ষেত্ৰত ৰেহাই
  • ২০ কে ডব্লিউ পৰ্য্যন্ত পি ভি মডিউলত ২০% ষ্টেট কেপিটেল চাবচিডি

অধিক তথ্যৰ বাবে,  ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেন্ট পলিচিত ক্লিক কৰক 

প্ৰকিউৰমেন্ট পলিচিৰ সবিশেষ জানিবলৈ,  প্ৰকিউৰমেন্ট পলিচিত ক্লিক কৰক

ৰাজ্যিক পলিচিৰ অধীনত টেক্সৰ জাননী

ৰাজ্যিক পলিচিৰ অধীনত টেক্সৰ জাননীৰ বিষয়ে অধিক জানিবলৈ  টেক্স নটিফিকেচনচ আণ্ডাৰ ষ্টেট পলিচিত ক্লিক কৰক

অসম চৰকাৰৰ আন বিভাগ বোৰৰ পলিচি সমূহ:

অসম চৰকাৰৰ আন বিভাগ বোৰৰ পলিচি সমূহৰ বিষয়ে অধিক জানিবলৈ  অসম চৰকাৰৰ আন বিভাগবোৰৰ পলিচিসমূহত ক্লিক কৰক

সহজসাধ্য ব্যৱসায়

Ease of Doing Business Image
অধিক চাবলৈ

অসমত ব্যৱসায় কৰাটো সহজসাধ্য কৰাৰ উদ্দেশ্য হʼল ৰাজ্যখনত উপলব্ধ আৰু সাম্ভাব্য ব্যৱসায়ীক গোষ্ঠী সমূহৰ সৰ্বোত্তম সমৰ্থন কৰিবলৈ এখন মঞ্চ তৈয়াৰ কৰা আৰু সকলোৰে বাবে ৰাজ্যৰ সমৃদ্ধিৰ দৃষ্টিভংগী আগবঢ়োৱাৰ ক্ষেত্ৰত, নিয়োগ প্ৰযুক্তি, উদ্ভাৱন, অভিযোজন আৰু বহনক্ষম আদিয়েই হৈছে উন্নয়নৰ মুখ্য কাৰণ।

অসমত ব্যৱসায় কৰা সহজসাধ্যতাই অধিক ফলপ্ৰসূ নিয়মাৱলীৰ লগত অৰ্থনীতিক ফেৰ মাৰিবলৈ উৎসাহ যোগায়, ই ঘৰুৱা সৰু আৰু মধ্যমীয়া আকাৰৰ কোম্পানীসমূহ চোৱাচিতা কৰে আৰু এইবিলাকৰ বাবে প্ৰয়োগ হোৱা সম্পূৰ্ণ জীৱনকালৰ নিয়মাৱলীৰ ওপৰত ক্ৰিয়াকলাপ কৰে। ৰাজ্যখনত স্ব-উদ্যোগ বৃদ্ধি কৰিবলৈ বা পথ প্ৰদৰ্শন আৰু সহায় কৰিবলৈ অসম চৰকাৰৰ সহযোগিতা প্রতীয়মান।

Page Statistics

  • Total Views: 21322
  • Content Last viewed on: 03-Jun-2023
  • Last updated on: 02-Dec-2020
প্ৰস্তুত হৈছে
ইপ্ৰস্তুতি
  • মাননীকৃত ৱেবছাইট ফ্ৰেমৱৰ্ক
    অসম চৰকাৰ
  • বিষয়বস্তু পৰিচালনা:
  • সচিবালয় প্ৰশাসন বিভাগ
    অসম চৰকাৰ
  • ৰূপাঙ্কণ আৰু বিকাশ:
  • ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্ৰ (এনআইচি)
অসম ৰাজ্যিক প'ৰ্টেল

Assam State Portal

  • আপোনাৰ মতামত
  • সঘনাই কৰা প্ৰশ্নসমূহ
  • ব্যবহাৰৰ নিয়মাৱলী
  • প'ৰ্টেল তথ্য প্ৰবন্ধক
নীতিসমূহ

Policies

  • প্ৰবেশধিকাৰ নীতি
  • স্বত্তাধিকাৰ নীতি
  • হাইপাৰলিংকিং নীতি
  • গোপনীয়তা নীতি
অন্যান্য লিংক

Important Links

  • স্বচ্চ ভাৰত
  • জনতাৰ চৰকাৰ
  • অভিযোগৰ শুধৰণি
  • চি.এম. পোৰ্টেল
স্বত্তাধিকাৰ @ অসম চৰকাৰৰ সকলো অধিকাৰ সংৰক্ষিত.
  • মুঠ দৰ্শনাৰ্থী: 17798389
  • ৱেবছাইটৰ শেহতীয়া উন্নীতকৰণ:
    •  01-Jun-2023