পোৰ্টেল তথ্য প্ৰৱন্ধক

অসম চৰকাৰৰ অসম ৰাজ্যিক পোৰ্টেলত সন্নিবিষ্ট সমল বা বিষয়বস্তুসমূহ বিভিন্ন বিভাগ, উপবিভাগৰ মুখ্যত: অভিহিত সমল প্ৰৱন্ধসকলৰ সহযোগী প্ৰচেষ্টাৰ ফলশ্রুতি। বিভাগৰ দ্বাৰা অধিসূচিত কৰা দায়বদ্ধ ম্যেট্ৰিক্সৰ সমল অনুযায়ী মনোনীত সমল প্ৰৱন্ধকে বিষয়বস্তুসমূহ বিতৰণ কৰে। অসম ৰাজ্যিক পোৰ্টেল উদ্দেশ্য হৈছে অসম চৰকাৰৰ তথ্য আৰু সেৱাৰ বিষয়ে নিৰ্ভৰযোগ্য, সঠিক আৰু সম্পূৰ্ণ বাৰ্তা জনসাধাৰণৰ সুবিধাপোযোগী কৈ দাঙি ধৰা।

ৰূপাঙ্কণ, প্ৰযুক্তি আৰু সমল ব্যৱস্থাপনাৰ ক্ষেত্ৰত নিয়মীয়া ৰূপে এই ৱেবছাইটোৰ দ্বাৰা প্ৰকাশ পাবলগীয়া দিশসমূহ বৃদ্ধিৰ লগতে সমৃদ্ধকৰণৰ ধাৰাবাহিকতা ৰক্ষা কৰাই হৈছে অসম ৰাজ্যিক পোৰ্টেলৰ প্ৰয়াস।

ৱেবছাইট সম্পৰ্কীয় যিকোনো সমস্যাৰ সন্দৰ্ভত নিম্নোক্ত ঠিকনাত যোগাযোগ কৰিব পাৰে:

যোগাযোগ সম্পৰ্কীয় ব্যক্তি:
শ্ৰী প্ৰাকৃতিশ বৰুৱা
উপ সচিব, সচিবালয় প্ৰশাসন বিভাগ (সংস্থাপন)
ঠিকনা:
অসম সচিবালয়, খণ্ড -এ, দ্বিতীয় মহলা
দিছপুৰ, গুৱাহাটী, অসম-৭৮১০০৬

সমস্যাৰ সন্মুখীন হৈছে নেকি?

ৱেবছাইট সম্পৰ্কীয় যিকোনো সমস্যা সন্দৰ্ভত আপুনি পোৰ্টেল তথ্য সূচনা প্ৰৱন্ধকৰ সৈতে যোগাযোগ কৰিব পাৰে নাইবা ৱেবছাইটত উপলব্ধ আপোনাৰ মতামত শাখাৰ জৰিয়তে আমালৈ প্ৰেৰণ কৰিব পাৰে।