ৰাজ্যত বৰ্তমানে থকা ব্যৱসায় আৰু সাম্ভাব্য ব্যৱসায়ীক সম্প্ৰদায়সমূহৰ প্ৰতি সৰ্বোত্তম সমৰ্থন প্ৰদৰ্শন কৰিবলৈ এখন মঞ্চ নিৰ্মাণ কৰাই হৈছে সহজসাধ্য ব্যৱসায়ৰ প্ৰধান উদ্দেশ্য আৰু উন্নয়নৰ বাবে মুখ্য কাৰক হিচাপে প্ৰযুক্তি সংস্থাপন, উদ্ভাৱন, অন্তৰ্ভূক্তি, বহনক্ষমতা আদিৰ দ্বাৰা ৰাজ্যৰ সমৃদ্ধিৰ দৃষ্টিভংগী সকলোৰে বাবে আগবঢ়াই দিয়ে। ই ব্যৱসায়ীক নিয়মৰ উদ্দেশ্যপূৰ্ণ ব্যৱস্থা যোগান ধৰে।
অসমৰ সহজসাধ্য ব্যৱসায় ব্যৱস্থাই, অৰ্থনীতিক অধিক কাৰ্য্যদক্ষ নিয়মাৱলীৰ সৈতে প্ৰতিদন্বিতা কৰিবলৈ উদগনি জনাই। ই, ঘৰুৱা, সৰু, আৰু মজলীয়া আকাৰৰ কোম্পানীসমূহ চোৱাচিতা কৰে আৰু তেওঁলোকৰ জীৱনবৃত্তৰ মাধ্যমেৰে, তেওঁলোকৰ ওপৰত প্ৰয়োগ হোৱা নিয়মসমূহ নিৰ্ধাৰণ কৰে। ৰাজ্যখনত স্ব-উদ্যোগ বৃদ্ধি কৰিবলৈ বা পথ প্ৰদৰ্শন আৰু সহায় কৰিবলৈ অসম চৰকাৰৰ সহায়-সহযোগিতা সদায় প্রতীয়মান। অনলাইন সেৱাৰ সুবিধা গ্রহণ কৰিবলৈ বা অনলাইন সেৱাৰ বাবে জানিবলৈ, সহজসাধ্য ব্যৱসায় (ইওডিবি) ত ক্লিক কৰক।
গুৰুত্বপূৰ্ণ লিংক:
অসমত ব্যৱসায় কৰাটো সহজসাধ্য কৰাৰ উদ্দেশ্য হʼল ৰাজ্যখনত উপলব্ধ আৰু সাম্ভাব্য ব্যৱসায়ীক গোষ্ঠী সমূহৰ সৰ্বোত্তম সমৰ্থন কৰিবলৈ এখন মঞ্চ তৈয়াৰ কৰা আৰু সকলোৰে বাবে ৰাজ্যৰ সমৃদ্ধিৰ দৃষ্টিভংগী আগবঢ়োৱাৰ ক্ষেত্ৰত, নিয়োগ প্ৰযুক্তি, উদ্ভাৱন, অভিযোজন আৰু বহনক্ষম আদিয়েই হৈছে উন্নয়নৰ মুখ্য কাৰণ।
অসমত ব্যৱসায় কৰা সহজসাধ্যতাই অধিক ফলপ্ৰসূ নিয়মাৱলীৰ লগত অৰ্থনীতিক ফেৰ মাৰিবলৈ উৎসাহ যোগায়, ই ঘৰুৱা সৰু আৰু মধ্যমীয়া আকাৰৰ কোম্পানীসমূহ চোৱাচিতা কৰে আৰু এইবিলাকৰ বাবে প্ৰয়োগ হোৱা সম্পূৰ্ণ জীৱনকালৰ নিয়মাৱলীৰ ওপৰত ক্ৰিয়াকলাপ কৰে। ৰাজ্যখনত স্ব-উদ্যোগ বৃদ্ধি কৰিবলৈ বা পথ প্ৰদৰ্শন আৰু সহায় কৰিবলৈ অসম চৰকাৰৰ সহযোগিতা প্রতীয়মান।