• Photo Gallery Page

গোপনীয়তা নীতি

এই ৱেবছাইটে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ ব্যক্তিগত তথ্য গ্ৰহণ নকৰে (যেনে আপোনাৰ নাম, ফোন নং বা ই-মেইল ঠিকনা), যাৰ দ্বাৰা এজন ব্যক্তিক পৃথককৈ চিনাক্ত কৰিব পৰা যায় |

যদি এই ৱেবছাইটে আপোনাক ব্যক্তিগত তথ্য প্ৰদান কৰিবলৈ অনুৰোধ কৰে, তেন্তে আপোনাক এই বিষয়ে অৱগত কৰা হ'ব যে কি বিশেষ উদ্দেশ্যত এই তথ্য বিচৰা হৈছে আৰু তাৰবাবে যথাযোগ্য নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ'ব|

আমি তৃতীয় পক্ষৰ (চৰকাৰী/বেচৰকাৰী)কোনোধৰণৰ ব্যক্তিগত তথ্য বিক্ৰী অথবা বিতৰণ নকৰোঁ |এই ৱেবছাইটত প্ৰদান কৰা যি কোনো ধৰণৰ তথ্য ক্ষতি, অপব্যৱহাৰ, কর্তৃত্বহীন উপলব্ধতা বা প্ৰকাশ, সাল-সলনি বা নষ্ট হোৱাৰ পৰা ৰক্ষা কৰা হয় |