বিস্তীৰ্ণ পাহাৰ আৰু অৰণ্যৰে, অসম ৰাজ্য, ভিন্ন প্ৰজাতিৰ ঔষধি গুণসম্পন্ন তৃণ আৰু উদ্ভিদৰ বাসস্থান| এই ৰাজ্যত প্ৰায় ৩০০ বিধ বিভিন্ন ঔষধি উদ্ভিদ প্ৰচুৰ পৰিমাণে উপলব্ধ| এক আনুমানিক গণনা অনুসৰি কেৱল ৫-১০% উদ্ভিদ আৰু বনৌষধ বাণিজ্যিকভাবে আহৰণৰ বাবে উৎপাদন কৰা হয়। সেয়েহে ই এক বৃহৎ পৰিমাণৰ সম্পদ প্ৰস্তুত কৰে।
সেইবাবেই এই খণ্ডই বিশাল সম্পদ উৎপাদনৰ বাবে প্ৰস্তুতি চলাই আছে আৰু ঔষধীয় বন আৰু উদ্ভিদ, বনৌষধি প্ৰসাধন, ঔষধি উদ্ভিদ আদিৰ ৰোপণ তথা খেতিৰ সুবিধা ইয়াত উপলব্ধ।
গুৰুত্বপূৰ্ণ লিংক::
অসমত ব্যৱসায় কৰাটো সহজসাধ্য কৰাৰ উদ্দেশ্য হʼল ৰাজ্যখনত উপলব্ধ আৰু সাম্ভাব্য ব্যৱসায়ীক গোষ্ঠী সমূহৰ সৰ্বোত্তম সমৰ্থন কৰিবলৈ এখন মঞ্চ তৈয়াৰ কৰা আৰু সকলোৰে বাবে ৰাজ্যৰ সমৃদ্ধিৰ দৃষ্টিভংগী আগবঢ়োৱাৰ ক্ষেত্ৰত, নিয়োগ প্ৰযুক্তি, উদ্ভাৱন, অভিযোজন আৰু বহনক্ষম আদিয়েই হৈছে উন্নয়নৰ মুখ্য কাৰণ।
অসমত ব্যৱসায় কৰা সহজসাধ্যতাই অধিক ফলপ্ৰসূ নিয়মাৱলীৰ লগত অৰ্থনীতিক ফেৰ মাৰিবলৈ উৎসাহ যোগায়, ই ঘৰুৱা সৰু আৰু মধ্যমীয়া আকাৰৰ কোম্পানীসমূহ চোৱাচিতা কৰে আৰু এইবিলাকৰ বাবে প্ৰয়োগ হোৱা সম্পূৰ্ণ জীৱনকালৰ নিয়মাৱলীৰ ওপৰত ক্ৰিয়াকলাপ কৰে। ৰাজ্যখনত স্ব-উদ্যোগ বৃদ্ধি কৰিবলৈ বা পথ প্ৰদৰ্শন আৰু সহায় কৰিবলৈ অসম চৰকাৰৰ সহযোগিতা প্রতীয়মান।