চৰকাৰী ৰাজ্যিক প্ৰতীকসমূহে অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু প্ৰাকৃতিক সম্পদ সমূহক প্ৰতিনিধিত্ব কৰে।

অসমৰ ৰাজ্যিক চিহ্নসমূহ তলত দিয়া হৈছেঃ

শ্ৰেণী

ইংৰাজী শব্দ

অসমীয়া শব্দ

ৰাজ্যিক গীত O my dearest country অʼ মোৰ আপোনাৰ দেশ
ৰাজ্যিক শ্লোগান Hail mother Assam জয় আই অসম
ৰাজ্যিক মোহৰ Government of Assam অসম চৰকাৰ
ৰাজ্যিক ভাষা Assamese অসমীয়া
ৰাজ্যিক ভাষিক সমাজ Assam Literary Society অসম সাহিত্য সভা
ৰাজ্যিক উৎসৱ Bihu বিহু
ৰাজ্যিক নৃত্য Bihu Dance বিহু নৃত্য
ৰাজ্যিক ফুল Foxtail Orchids কপৌ ফুল
ৰাজ্যিক গছ Dipterocarpus macrocarpus হোলং
ৰাজ্যিক জন্তু One-horned rhinoceros এশিঙীয়া গঁড়
ৰাজ্যিক চৰাই White-winged wood duck দেও হাঁহ
Menu Type