অসম চৰকাৰৰ বিভিন্ন ধৰণৰ পলিচি বা নীতি আছে যিবোৰ তলত দাঙি ধৰা হʼল:

চেচ ইউটিলাইজেচন পলিচি:

ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নতি আৰু কল্যানৰ বাবে “ডি চেচ ইউটিলাইজেচন(এমেণ্ডমেন্ট) পলিচি,২০১৫” অসম চৰকাৰে ৩০ মে ২০১৫ চনত ঘোষনা কৰে। এই পলিচিখন ১ জুন ২০১৫ ৰ পৰা ৰাজ্যচৰকাৰে ঘোষনা নকৰালৈ বাহাল থাকিব। এই আচঁনিখন কাৰ্য্যকৰী কৰিবলৈ, কেঁচা চাহপাত কিনা ফেক্টৰী(বিএলএফ) আৰু এষ্টেট ফেক্টৰীয়ে প্ৰতি কেজি কেঁচা চাহপাতৰ বিপৰীতে ২৫ পইচা চেচ আদায় দিব লাগিব ।

চেচ হʼল এক ধৰণৰ টেক্স বা কৰ যি অসম টেক্সেচন(অন স্পেচিফাইড লেণ্ড) এক্ট ১৯৯০ আৰু তাৰ পিছত এমেণ্ডমেন্ট অʼন স্পেচিফাইড লেণ্ড আণ্ডাৰ কাল্টিভেচন বাই স্মল টি গ্ৰʼৱাৰচ] এইদৰে সংগ্ৰহ কৰা পূঁজী ক্ষুদ্ৰ আৰু মধ্যমীয়া চাহ খেতিয়কৰ উন্নতিৰ হʼকে ব্যৱহাৰ কৰা হʼব, অশৃংখলাবদ্ধ ক্ষেত্ৰ্ৰ্ৰ্ৰ্ৰ চাহ শ্ৰমিকৰ কল্যাণৰ হʼকে ব্যৱহাৰ কৰা হʼব যাতে ইয়াৰ দ্বাৰা চাহৰ মানদণ্ড উন্নত কৰিব পাৰি। এইদৰে সংগ্ৰহ কৰা চেচদ্বাৰা অসম চৰকাৰৰ পূঁজি শক্তিশালী কৰা হʼব আৰু ৰাজ্যিক পৰ্য্যায়ৰ চচাইটিক দিয়া হʼব, যি পলিচিখনৰ অন্তৰ্গত বনোৱা হʼব, যাতে চেচ ইউটিলাইজেচন পলিচিৰ বিভিন্ন স্কীম বা আচঁনি কাৰ্য্যকৰী কৰিব পৰা যায়।

অধিক তথ্যৰ বাবে, চেচ ইউটিলাইজেচন পলিচিত  ক্লিক কৰক

ইণ্ডাষ্ট্ৰীয়েল এণ্ড ইনভেষ্টমেন্ট পলিচি:

অসম চৰকাৰে ঘোষনা কৰা ডি ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেন্ট পলিচি অফ আসাম,২০১৪ত অসমত বিয়োগকাৰীসকলৰ বা উদগনিৰ ব্যৱস্থা কৰা হৈছে। এই পলিচিখন ১/৩/২০১৪ৰ পৰা পাঁচ বছৰ কাল বাহাল থাকিব আৰু সকলো নতুন গোট আৰু ইতিমধ্যে বৰ্তী থকা গোট যাৰ যথেষ্ট সম্প্ৰসাৰণ, আধুনিকীকৰণ আৰু ভিন্ন প্ৰকাৰ বা বৈচিত্ৰপূৰ্ণ কৰা হৈছে এই সকলোবোৰে এই পলিচি খনৰ অধীনত উদগনি লাভ কৰিব পাৰিব।

এই পলিচিখনৰ অন্তৰ্গত উদগনিৰ মূখ্য কথা সমূহ:

  • ষ্টেট কেপিটেল ইনভেষ্টমেন্ট চাবচিডি ক্ষুদ্ৰ উদ্যোগৰ বাবে
  • কৰ বা টেক্স ৰেহাই যʼত মূল্য সংযোজন কৰ অন্তৰ্ভূক্ত
  • প্রবেশ কৰ ৰেহাই,
  • লাগজাৰী টেক্স ৰেহাই.
  • কোৱালিটি চাৰ্টিফিকেচন/ টেকনিকেল বা কাৰিগৰী জ্ঞানৰ ক্ষেত্ৰত ৰেহাই
  • ২০ কে ডব্লিউ পৰ্য্যন্ত পি ভি মডিউলত ২০% ষ্টেট কেপিটেল চাবচিডি

অধিক তথ্যৰ বাবে,  ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেন্ট পলিচিত ক্লিক কৰক 

প্ৰকিউৰমেন্ট পলিচিৰ সবিশেষ জানিবলৈ,  প্ৰকিউৰমেন্ট পলিচিত ক্লিক কৰক

ৰাজ্যিক পলিচিৰ অধীনত টেক্সৰ জাননী

ৰাজ্যিক পলিচিৰ অধীনত টেক্সৰ জাননীৰ বিষয়ে অধিক জানিবলৈ  টেক্স নটিফিকেচনচ আণ্ডাৰ ষ্টেট পলিচিত ক্লিক কৰক

অসম চৰকাৰৰ আন বিভাগ বোৰৰ পলিচি সমূহ:

অসম চৰকাৰৰ আন বিভাগ বোৰৰ পলিচি সমূহৰ বিষয়ে অধিক জানিবলৈ  অসম চৰকাৰৰ আন বিভাগবোৰৰ পলিচিসমূহত ক্লিক কৰক