চৰকাৰী ৰাজ্যিক প্ৰতীকসমূহে অসমৰ সাংস্কৃতিক ঐতিহ্য আৰু প্ৰাকৃতিক সম্পদ সমূহক প্ৰতিনিধিত্ব কৰে।
অসমৰ ৰাজ্যিক চিহ্নসমূহ তলত দিয়া হৈছেঃ
শ্ৰেণী |
ইংৰাজী শব্দ |
অসমীয়া শব্দ |
---|---|---|
ৰাজ্যিক গীত | O my dearest country | অʼ মোৰ আপোনাৰ দেশ |
ৰাজ্যিক শ্লোগান | Hail mother Assam | জয় আই অসম |
ৰাজ্যিক মোহৰ | Government of Assam | অসম চৰকাৰ |
ৰাজ্যিক ভাষা | Assamese | অসমীয়া |
ৰাজ্যিক ভাষিক সমাজ | Assam Literary Society | অসম সাহিত্য সভা |
ৰাজ্যিক উৎসৱ | Bihu | বিহু |
ৰাজ্যিক নৃত্য | Bihu Dance | বিহু নৃত্য |
ৰাজ্যিক ফুল | Foxtail Orchids | কপৌ ফুল |
ৰাজ্যিক গছ | Dipterocarpus macrocarpus | হোলং |
ৰাজ্যিক জন্তু | One-horned rhinoceros | এশিঙীয়া গঁড় |
ৰাজ্যিক চৰাই | White-winged wood duck | দেও হাঁহ |